What’s app নতুন নীতি সম্পৰ্কে স্পষ্টীকৰণ প্ৰকাশ কৰিছে

0
105

What’s app নতুন নীতি সম্পৰ্কে স্পষ্টীকৰণ প্ৰকাশ মার্ক জুকাৰবার্গৰ সংস্থাৰ

What’s app নতুন নীতি সম্পৰ্কে স্পষ্টীকৰণ প্ৰকাশ কৰিছে মার্ক জুকাৰবার্গৰ সংস্থাই।What’s app ৰ যি নতুনকৈ privacy setting আহিছে এই নিয়ম কেইটা বিপাঙত পৰি হোৱাটছ এপৰ বহুতেই এপটো এৰি এতিয়া টেলিগ্রাম, চিগনেলক আকোৱালি লৈছে। তাৰপাছতেই নতুন নীতি সম্পৰ্কে স্পষ্টীকৰণ প্ৰকাশ কৰিছে মার্ক জুকাৰবার্গৰ সংস্থাই।

হোৱাটছএপে নতুন নীতি সম্পৰ্কে এক স্পষ্টীকৰণ প্ৰকাশ কৰিছে, য’ত কোৱা হৈছে What’s appৰ সকলো গোপনীয়তা অটুট থাকিব। টুইটাৰত শ্বেয়াৰ কৰা দুটাকৈ পোষ্টত ফেচবুকৰ মালিকানাধীন মঞ্চই কয় যে গোপনীয়তা নীতি আপডেটে তেওঁলোকৰ বন্ধু আৰু পৰিয়ালৰ সৈতে ব্যৱহাৰকাৰীসকলৰ চেটৰ গোপনীয়তা কোনো প্ৰকাৰে প্ৰভাৱিত নকৰিব, কিয়নো চেটত প্ৰেৰণ কৰা বাৰ্তাবোৰ এণ্ড টু-এণ্ড এনক্ৰিপশ্বনৰ দ্বাৰা সুৰক্ষিত হৈ থাকিব।

 What’s app য়ে কয় যে তেওঁলোকে কেৱল বিজনেছ একাউণ্টৰ সৈতে সম্পৰ্কটো ফেচবুকৰ সৈতে শ্বেয়াৰ কৰে।
News Desk Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here