UPSC পৰীক্ষাত উত্তীৰ্ণ হ’ল বাছ কনডাক্টৰ

0
366

UPSC পৰীক্ষাত উত্তীৰ্ণ হ’ল বাছ কনডাক্টৰ

দৈনিক ৫  ঘন্টাকৈ অধ্যয়ন কৰি UPSC পৰীক্ষাত উত্তীৰ্ণ হ’ল বাছ কনডাক্টৰ।
বাংগালোৰৰ মধু এন চি হ’ল ২৯ বছৰ বয়সৰ এজন যুৱক। বাছ কনডাক্টৰ হিচাপে প্ৰায় ১৯ বছৰ বয়সৰ পৰা জীৱিকা নিৰ্বাহ কৰি আহিছে এই যুৱকজনে। দিনটোৰ ব্যস্ততাৰ মাজতো দিনে ৫ ঘণ্টাকৈ পঢ়ি UPSC পৰীক্ষাত উত্তীৰ্ণ হয় মধু এন চি। মধু এন চি ৰ অভিভাৱকে বুজা নাই পুত্ৰই কি পৰীক্ষাত উত্তীৰ্ণ হৈছে। পুত্ৰৰ আনন্দতে আত্মাহাৰা হৈ উঠিছে কনডাক্টৰ হিচাপে কৰ্মৰত মধু এন চিৰ পিতৃ-মাতৃ।

National desk,NE India

LEAVE A REPLY

Please enter your comment!
Please enter your name here