Swatantra Veer Savarkar ছবিৰ ফাৰ্ষ্ট লুক মুকলি

38

স্বাধীনতা সংগ্ৰামী বীৰ চাভাৰকাৰৰ ওপৰত নিৰ্মিত ছবি স্বতন্ত্ৰ বীৰ চাভাৰকাৰৰ ফাৰ্ষ্ট লুক জাৰী হৈছে । বীৰ চাভাৰকাৰৰ ১৩৯ সংখ্যক জয়ন্তীৰ দিনাই ফাৰ্ষ্ট লুক জাৰী কৰিছে নিৰ্মাতা পক্ষই । বলিউড ষ্টাৰ ৰণদীপ হুদ্দাক ফাৰ্ষ্ট লুকত কলা টুপি , চচমা পৰিহিত অৱস্থাত দেখা গৈছে ।
স্বাধীনতা সংগ্ৰামী চাভাৰকাৰৰ জীৱন আধাৰিত ছবিখনৰ শ্বুটিং আগষ্ট মাহৰ পৰা আৰম্ভ হব । ছবিখনত ৰণদীপ হুদ্দাই বীৰ চাভাৰকাৰৰ চৰিত্ৰ ৰুপায়িত কৰিব । ছবিখনৰ সন্দীপ সিঙৰ আৰু ছবিখন পৰিচালনা কৰিব বিশিষ্ট পৰিচালক মহেশ মঞ্জেকাৰে ।

Entertainment Desk , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here