Saturday, March 25, 2023
HomeEnglishSwatantra Veer Savarkar ছবিৰ ফাৰ্ষ্ট লুক মুকলি

Swatantra Veer Savarkar ছবিৰ ফাৰ্ষ্ট লুক মুকলি

স্বাধীনতা সংগ্ৰামী বীৰ চাভাৰকাৰৰ ওপৰত নিৰ্মিত ছবি স্বতন্ত্ৰ বীৰ চাভাৰকাৰৰ ফাৰ্ষ্ট লুক জাৰী হৈছে । বীৰ চাভাৰকাৰৰ ১৩৯ সংখ্যক জয়ন্তীৰ দিনাই ফাৰ্ষ্ট লুক জাৰী কৰিছে নিৰ্মাতা পক্ষই । বলিউড ষ্টাৰ ৰণদীপ হুদ্দাক ফাৰ্ষ্ট লুকত কলা টুপি , চচমা পৰিহিত অৱস্থাত দেখা গৈছে ।
স্বাধীনতা সংগ্ৰামী চাভাৰকাৰৰ জীৱন আধাৰিত ছবিখনৰ শ্বুটিং আগষ্ট মাহৰ পৰা আৰম্ভ হব । ছবিখনত ৰণদীপ হুদ্দাই বীৰ চাভাৰকাৰৰ চৰিত্ৰ ৰুপায়িত কৰিব । ছবিখনৰ সন্দীপ সিঙৰ আৰু ছবিখন পৰিচালনা কৰিব বিশিষ্ট পৰিচালক মহেশ মঞ্জেকাৰে ।

Entertainment Desk , Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments