SRIJAN EK SOCH নামৰ বেচৰকাৰী সংস্থাৰ ৰেচন কিট বিতৰণ

15

SRIJAN EK SOCH নামৰ বেচৰকাৰী সংস্থাৰ ৰেচন কিট বিতৰণ

সৰ্থেবাৰীৰ আমৃখোৱা গাওঁত স্থিত সৃৃজন এক সোচ এন জি অই গুঞ্জৰ অমন ফাউন্ডেশন ৰ সহায়ত গাওঁখনৰ ১০০ টা পৰিয়ালক এই ৰেচন কিট বিতৰণ কৰে। । ইয়াৰ ভিতৰত গাওঁখনৰ কেন্সাৰ ৰোগীসকল, বিশেষভাবে সক্ষম,বিধৱা মহিলা আৰু অতি দুখীয়া লোকসকলক নিৰ্বাচিত কৰি সাহাৰ্য প্ৰদান কৰে। উল্লেখ্য যে
সৃজন এক সোচে উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, অসম,বিহাৰ, মহাৰাষ্ট্ৰত অতি পিছপৰা অঞ্চলৰ লোকসকলৰ শিক্ষা, স্বাস্হ্য আৰু নিবনুৱা সকলৰ কৰ্ম সংস্হাপনৰ বাবেও কাম কৰি আহিছে।

তেওঁলোকৰ এনে মহান কামৰ সকলোৱে শলাগ লৈছে।

স্বৰ্ণদ্বীপ ডেকা ,সৰ্থেবাৰী ,Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here