Thursday, March 30, 2023
HomeAssameseমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে তেজপুৰৰ বাটামাৰীত এটা অত্যাধুনিক সন্মিলন...

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে তেজপুৰৰ বাটামাৰীত এটা অত্যাধুনিক সন্মিলন কেন্দ্ৰ ।

শনিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেজপুৰৰ বাটামাৰীত মুকলি কৰে এক সন্মিলন কেন্দ্ৰ । বিশ্বমানৰ সা -সুবিধাৰে সজ্জিত সন্মিলন কেন্দ্ৰত বিভিন্ন সভা -সমিতি, আলোচনাচক্ৰ আদি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ লগতে চহৰখনৰ সৌন্দর্য আৰু বৰ্ণিল ঐতিহ্যৰ ভঁৰাল চহকী কৰি তুলিব বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়।

উক্ত উদ্বোধনী অনুস্থানটোত মন্ত্ৰী হিমন্ত বিশ্বশৰ্মাৰ সৈতে উপস্থিত থাকে পৰিবহন মন্ত্ৰীসকলৰ লগতে শ্ৰীপল্লৱলোচন দাস বিধায়ক মণ্ডলী আৰু ৰাজ্য চৰকাৰৰ জেষ্ঠ্য বিষয়া সকল ।

News desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments