Wednesday, March 15, 2023
HomeAssameseSBI , HDFC আৰু ICICI বেংকৰ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ , বিত্তমন্ত্ৰীয়ে...

SBI , HDFC আৰু ICICI বেংকৰ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ , বিত্তমন্ত্ৰীয়ে কৰিলে ঘোষণা

SBI , HDFC আৰু ICICI বেংকৰ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ , বিত্তমন্ত্ৰীয়ে কৰিলে ঘোষণা

বেংকৰ গ্ৰাহকৰ বাবে সুখবৰ । আপুনিও যদি বেংকৰ পৰা ঋণ লব বিচাৰিছে ,আপোনাৰ বাবে আছে এক সুখবৰ ।
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সিতাৰমণে বেংক সমুহলৈ এক নিৰ্দেশনা জাৰি কৰিছে । গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বেংকিং চিষ্টেমক সহজ কৰিবলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে, যাতে বেংকিং ক্ষেত্ৰৰ লগত গ্ৰাহকে সহজতে সম্পৰ্ক স্থাপন কৰিব পাৰে ।
বিত্তমন্ত্ৰী গৰাকীয়ে কয় , বেংক সমুহে গ্ৰাহকৰ সুবিধা সমুহৰ প্ৰতি নজৰ দিয়া উচিত , যাতে গ্ৰাহকে বেংকৰ ঋণ লোৱাত আহুকালৰ সন্মুখীন হব লগা নহয় ।
কিছুদিন পুৰ্বে বাণিজ্যিক ক্ষেত্ৰৰ প্ৰতিনিধিয়ে এক বৈঠক বিত্তমন্ত্ৰীক পৰামৰ্শ দিছিল বেংকিং ক্ষেত্ৰক গ্ৰাহকৰ বাবে সহজ কৰি গঢ়ি তোলাৰ । সেই বৈঠকৰ পিচতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সিতাৰমণে বেংক সমুহলৈ নিৰ্দেশনা জাৰি কৰে । ইয়াৰ ফলত SBI , HDFC আৰু ICICI ৰ বেংকৰ গ্ৰাহক সকল ঋণ লোৱাৰ ক্ষেত্ৰত সৰ্বাধিক লাভৱান হব ।

News Desk , Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments