SBI ত পদ খালী
SBI ৰ ২০২০ চনৰ নিযুক্তিৰ বাবে আৱেদন বিচৰা হৈছো।
পদৰ সংখ্যা- ৮০০
পদৰ নাম- ক্লাৰ্ক
পদৰ অৰ্হতা- স্নাতক উত্তীৰ্ণ
আৱেদনৰ তাৰিখ- ০৩-০১-২০২০
আৱেদনৰ অন্তিম তাৰিখ- ২৬ জানুৱাৰী
বয়সসীমা নূন্যতম- ২০
উৰ্ধতম- ২৮
অধিক জানিবৰ বাবে যোগাযোগ কৰক SBI ৰ https://sbi-recruitment.in/
NE India Desk