SANITARY NEPKINৰ বাবে শাৰিৰীক সম্বন্ধ গঢ়িৱলগীয়া দেশখন

0
819

INTERNATIONAL DESK NE INDIA : ২১শতিকাৰ যুগত মহিলাসকলে SANITARY NEPKINৰ বাবে কাৰোবাৰ লগত শাৰিৰীক সম্বন্ধ গঢ়িৱলগীয়া হব পাৰে বুলি আপোনালোকে বিশ্বাস কৰিব পাৰিব নে। মানৱজাতীক লজ্বানত কৰা এনে কাৰ্য্য সংঘটিত হৈ আছে অাফ্ৰিকা মহাদেশৰ কেনিয়া দেশত। কেনিয়াৰ ৰাজধানী নাইৰোবিৰ কিছু অঞ্চলত এনে কাৰ্য্য দৈনন্দিন সংঘটিত হৈ আছে। এই তথ্য সদ্যহতে প্ৰকাশ কৰিছে UNICEFয়ে।  UNICEFয়ে প্ৰকাশ কৰা তথ্য অনুসৰি নাইৰোবিৰ কিৱেৰা অঞ্চলত প্ৰায় ৬৫ শতাংশতকৈ অধিক মহিলা তথা যুৱতীয়ে সামান্য এটি SANITARY NEPKINৰ বাবত গঢ়িব লগীয়া হৈছে শাৰিৰীক সম্বন্ধ। উল্লেখযোগ্য যে, এই গৱেষণাত প্ৰকাশ পোৱা অন্য এটা তথ্য অনুসৰি কেনিয়া দেশত প্ৰায় ৫৪ শতাংশ যুৱতীৰ বাবে উপলব্ধ নাই SANITARY NEPKIN।

LEAVE A REPLY

Please enter your comment!
Please enter your name here