Samsungৰ অধ্যক্ষ Lee Kun-heeৰ দেহাৱসান

0
166

Samsungৰ অধ্যক্ষ Lee Kun-heeৰ দেহাৱসান

বিশ্বৰ উদ্যোগ জগতৰ বাবে আহিছে এক বেয়া খবৰ Samsungৰ অধ্যক্ষ Lee Kun-heeৰ মৃত্যু হৈছে ।৭৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে Leeয়ে।দীঘ দিন ধৰি চিকিৎসাধীন হয় আছিল তেও । ২০১৪ চনত হাট এটেক হোৱাৰে পৰা চিকিৎসাধীন হয় আছিল Lee।
এটা সৰু ইলেক্টনিক সামগ্ৰীৰ পাটচ নিমান প্ৰতিষ্ঠানকাৰীৰ পৰা বিশ্বৰ সববৃহৎ স্মাট ফন আৰু টিভি নিমানকাৰী প্ৰতিষ্ঠান ৰূপে Samsung ক প্ৰতিষ্ঠা কৰাত গুৰুত্বপূণ ভূমিকা আছিল Lee Kun-heeৰ । Lee Kun-heeৰ নেতৃত্বতে Samsung পৰিগণিত হৈছিল স্মাট ফন আৰু টিভি নিমানকাৰী বিশ্বৰ এক নম্বৰ প্ৰতিষ্ঠান।মৃত্যুৰ সময়লৈকে তেও Samsungৰ অধ্যক্ষ হিচাপে আছিল।তেওৰ মৃত্যুত বিশ্বৰ উদ্যোগিক জগতৰ বাবে অপূৰণীয় ক্ষতি
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here