Sunday, December 4, 2022
HomeAssameseRaju Srivastav আৰু নাই

Raju Srivastav আৰু নাই

Raju Srivastav আৰু নাই

দৰ্শকক মুখত হাঁ‌হি বিৰিঙাই অহা কমেডিয়ান , অভিনেতা ৰাজু শ্ৰীবাস্তৱে গুণগ্ৰাহীক কন্দুৱাই পৰলোকগামী হল ।

AIMS ত ১০ আগষ্টৰ পৰা চিকিৎসাধীন হৈ থকা ৰাজুৱে বুধবাৰে মৃত্যুক আকোৱালী লয় ।
হৃদৰোগত আক্ৰান্ত ৰাজু শ্ৰীবাস্তৱক ১০ আগষ্টত ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত । তাৰপিচৰে পৰা কোমা অৱস্থাত আছিল বিখ্যাত কমেডিয়ান গৰাকী ।

মৃত্যুৰ সময়ত ৰাজু শ্ৰীবাস্তৱৰ বয়স হৈছিল ৫৮ বছৰ ।

Comedian Raju Srivastava Passes away

News Desk , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments