Friday, March 17, 2023
HomeAssameseতিনিচুকীয়াত মুকলি কৰা হল টাটা মটৰৰ বিজুলী চালিত বাহন Nexon EV

তিনিচুকীয়াত মুকলি কৰা হল টাটা মটৰৰ বিজুলী চালিত বাহন Nexon EV

তিনিচুকীয়াত মুকলি কৰা হল টাটা মটৰৰ বিজুলী চালিত বাহন Nexon EV

Tata Motors ৰ বিজুলী চালিত বাহন Nexon EV মুকলি হলশুকুৰবাৰে সন্ধিয়া প্ৰথম বাৰৰ বাবে ভাৰত বৰ্ষত মুকলি কৰা হল টাটা মটৰৰ বিজুলী চালিত বাহনখন ।

তিনিচুকীয়াৰ থানা চাৰিআলিত এক মুকলি অনুষ্ঠান অনুষ্ঠিত কৰি এনেদৰে কয় টাটা মটৰৰ্চৰ কৰ্মচাৰীয়ে।

তিনিচুকীয়াত মুকলি কৰা হল টাটা মটৰৰ বিজুলী চালিত বাহন Nexon EV
Nexon EV

Zero maintenanceৰ  বাহন খন হৈছে টাটা মটৰৰ্চৰ Nexon EV। গাড়ি খন ক্ৰয় কৰিব বিচাৰিলে গ্ৰাহকে তিনিচুকীয়া স্থিত টাটা মটৰৰ্চৰ দিলাৰত গৈ যোগাযোগ কৰিব পাৰিব ।

ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments