ৰাজ্যত আবতৰীয়া বানে উটুৱাই নিলে নৱ-নিৰ্মিত দলং

64

বিগত কেইদিনৰ পৰা ৰাজ্যত পৰি থকা বৰষুণৰ ফলত নাৰায়ণপুৰবাসীয়ে সন্মুখীন হ’ল এক বিস্তৰ ক্ষতিৰ। দোৰপাং নদীৰ সোঁতে উটুৱাই নিলে তাঁতীবাহাৰ-মাঘনোৱা সংযোগী পথৰ ওপৰত নৱ-নিৰ্মিত পকী দলং। কেইদিনমান পূর্বে ১৭লাখ ৬৩ হাজাৰ টকা ব্যয়েৰে নিৰ্মাণ সম্পুর্ণ কৰিছিল দলংখন। বৰষুণৰ পানীৰ সোঁতে উটুৱাই নিলে দলংখনৰ দুয়োটা মূৰ সংযোগী অংশ। এই ঘটনাক কেন্দ্র কৰি ৰাইজে দলংখন নিৰ্মাণৰ বিষয়া-ঠিকাদাৰৰ বিৰুদ্ধে উত্থাপন কৰে গুৰুতৰ অভিযোগ। দলংখন নিৰ্মাণত ঠিকাদাৰে বহুতো দুৰ্নীতি সংঘটিত কৰাৰো অভিযোগ স্থানীয় ৰাইজৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here