NCB ৰ জালত ভাৰতী সিং

0
120

NCB ৰ জালত ভাৰতী সিং

মুম্বাই ড্ৰাগছ কেলেংকাৰীৰ তদন্ত কৰি থকা NCB য়ে লাভ কৰিছে বিশেষ সফলতা । শুকুৰবাৰে মুম্বাইত গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ সৰবৰাহকাৰীয়ে নাম লৈছিল কমেডিয়ান ভাৰতী সিং আৰু ভাৰতীৰ স্বামী হৰ্ষ লিম্বোচিয়াৰ ।
শনিবাৰে NCB য়ে তালাচী চলায় ভাৰতী-হৰ্ষৰ মুম্বাই স্থিত তিনিটা বাসভৱনত । তালাচীৰ সময়ত উদ্ধাৰ বহু পৰিমাণৰ ড্ৰাগছ । ইতিমধ্যে NCB য়ে নিজৰ জিম্মাত লৈছে অভিনেত্ৰী ভাৰতী সিঙ আৰু পৰিচালক স্বামী হৰ্ষক ।

Entertainment Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here