KRISHNAGURU EDUCATION AL INSTITUTIONয়ে উদযাপন কৰিলে শিক্ষক দিৱস
৬১ সংখ্যক ৰাষ্ট্ৰীয় শিক্ষক দিৱস সমগ্ৰ দেশৰ লগতে কৃষ্ণগুৰু শিক্ষা পৰিষদৰ আটাইকেইখন শিক্ষা প্ৰতিষ্ঠানত সোমবাৰে উলহ মালহেৰে পালন কৰা হয় শিক্ষাগুৰু সেৱা দিৱস।
কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়, কৃষ্ণগুৰু নাৰ্চিং প্ৰতিষ্ঠান, কৃষ্ণগুৰু মহাবিদ্যালয়, কৃষ্ণগুৰু Science কলেজ, কৃষ্ণগুৰু বিদ্যাজ্যোতি বিদ্যালয়কে ধৰি প্ৰতিখন শিক্ষা প্ৰতিষ্ঠানত আয়োজন কৰা হয় শিক্ষা গুৰু সেৱা দিৱস।

অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰতিটো অনুষ্ঠানৰ ছাত্র- ছাত্ৰী সকলৰ মাজত বিভিন্ন কাৰ্যসূচী ৰখা হয়।
নিতুল ডেকা ,সৰ্থেবাৰী , Ne India News