ISLত মুম্বাই চিটিৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব নৰ্থ-ইষ্ট য়ুনাইটেডে

0
96

ISLত মুম্বাই চিটিৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব নৰ্থ-ইষ্ট য়ুনাইটেডে

কৰনা আতংকৰ মাজতে গোৱাত অনুষ্ঠিত হোৱা আই এছ এলত আজি নৰ্থ-ইষ্ট য়ুনাইটেডে মুম্বাই চিটিৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব।নৰ্থ-ইষ্ট য়ুনাইটেডে চলিত চিজনৰ বাবে দলটোত ভালেসংখ্যক সালসলনি কৰিছে।স্পেনিছ প্ৰশিক্ষক জেৰাৰ্ড নাছক নৰ্থ-ইষ্ট য়ুনাইটেডে নতুন প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে।নৰ্থ-ইষ্ট য়ুনাইটেড মূলত লুইছ মাছাডো, কেৱেছি এপ্পিয়া, ফেডেৰিকো গালাগো, বেঞ্জামিন লাম্বাটোৰ দৰে খেলুৱৈৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বিপৰীতে মুম্বাই চিটিৰ মূল শক্তি হ’ব ৰাউলিন ব’ৰ্গেছ, ৰাইনাৰ ফাৰ্ণাণ্ডেজ, হুগো বৌমাছ।
Sports Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here