IPL 2020: মুম্বাই ইণ্ডিয়ানছৰ সন্মুখত কে কে আৰ

0
85

IPL 2020: মুম্বাই ইণ্ডিয়ানছৰ সন্মুখত কে কে আৰ

আজি মুম্বাই ইণ্ডিয়ানছৰ সন্মুখত অৱতীণ হব কলকাতা নাইট ৰাইডার্ছ৷ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে সাতখন মেচৰ পাঁচখনতে জয় সাব্যস্ত কৰি আত্ম বিশ্বাস তুংগত আছে৷
ৰোহিত শর্মা নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছৰ কুইণ্টন ডি কক, সূর্য কুমাৰ যাদৱ আৰু ঈশান কিষণৰ সুন্দৰ ফর্মে মুম্বাই ইণ্ডিয়ানছক অধিক আত্মবিশ্বাসী হৈ আছে৷ আনহাতে কলকাতা নাইট ৰাইডার্ছৰ যুব বেটছমেন শুভমন গীলে প্রত্যাশিত বেটিঙেৰে কলকাতাক সকাহ দিছে যদিও নীতিশ ৰাণা, ইয়ন মৰগান আৰু অধিনায়ক দীনেশ কার্তিকে প্রদর্শনৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব পৰা নাই৷
খেলৰ সময়: সন্ধিয়া ৭.৩০ বজা৷
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here