পথ দুৰ্ঘটনাত মৃত্যুৰ ক্ষেত্রত ভাৰত বিশ্বৰ ভিতৰতে শীর্ষস্থানত

49

কোনদিশে গতি কৰিছে মানৱ সমাজ। মানুহ আধুনিক হৈছে ঠিকেই, উচ্চশিক্ষিত হৈছে কিন্তু সমাজতো দিনক-দিনে অপৰাধ বাঢ়িছে। আজিৰ উচ্চশিক্ষিত সমাজে ৰাস্তাত নিজৰ বাহনখন লৈ গন্তব্য স্থানলৈ গতি কৰিলে প্ৰতিযোগিতামূলক ভাৱে গাড়ীৰ গতিবেগ বঢ়ায়। পৰিবহণ বিভাগৰ সকলো নীতি-নিয়ম পাহৰি প্ৰতিযোগিতাৰে গাড়ী চলাবলৈ আৰম্ভ কৰে। হয়তো একাংশই ৰাস্তাত উঠিলে পাহৰিয়ে যায় তেওঁলোকৰ পিতৃ-মাতৃ, ল’ৰা-ছোৱালী, অথবা পৰিয়ালবৰ্গৰ কথা। আদিবোৰ কাৰণৰ বাবে কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীয়ে সদৰী কৰে যে, ৰাস্তা দুৰ্ঘটনাত মৃত্যুৰ ক্ষেত্রত ভাৰত বিশ্বৰ ভিতৰতে এতিয়া শীর্ষস্থানত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here