Thursday, May 25, 2023
HomeAssameseDelhi Unlock ! শিক্ষানুস্থান , ব্যায়ামগাৰ খুলি দিয়াৰ সিদ্ধান্ত 

Delhi Unlock ! শিক্ষানুস্থান , ব্যায়ামগাৰ খুলি দিয়াৰ সিদ্ধান্ত 

অমিক্ৰণৰ আতংকৰ বাবে  দিল্লীৰ স্কুল , কলেজ , কোচিং চেন্টাৰ সমুহ বন্ধ কৰি দিছিল দিল্লী চৰকাৰে । শুকুৰবাৰে Delhi Disaster Management Authority চমুকৈ DDMA ৰ এক বৈঠকত স্কুল কলেজ , কোচিং চেন্টাৰ , ব্যায়ামগাৰ আদি খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । DDMA ৰ ভাৰ্চুৱেল বৈঠকত সভাপতিত্ব কৰে দিল্লীৰ উপৰাজ্যপাল অনিল বেজলে । বৈঠকত ভাৰ্চুৱেলি উপস্থিত থাকে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ লগতে বহু কেইগৰাকী চিকিৎসা বিশেষজ্ঞ । ২৯ ডিচেম্বৰৰ পৰা বন্ধ হৈ থকা শিক্ষাপ্ৰতিষ্ঠান সমুহ কেতিয়া খোলা হব এই সম্পৰ্কত পৰৱৰ্তী বৈঠকত ঘোষণা কৰিব DDMA য়ে ।

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments