CWG ত ভাৰতৰ প্ৰথমটো সোণৰ পদক অৰ্জন

11

CWG ত ভাৰতৰ প্ৰথমটো সোণৰ পদক অৰ্জন

ভাৰতৰ তাৰকা ভাৰোত্তোলক মিৰাবাই চানুৱে বিৰিংঘামত অনুষ্ঠিত কমনৱেলথ গেমছ ২০২২ ত ভাৰতৰ বাবে প্ৰথমটো সোণৰ পদক অৰ্জন কৰিলে । বিগত ৫ টা বছৰত ধাৰাবাহিক ভাৱে সন্মানীয় বৃহৎ ইভেন্টত তৃতীয়টো সোণৰ পদক অৰ্জন কৰি ইতিহাস ৰচিলে । টোকিও অলিম্পিক ২০২০ ত সোণৰ পদক অৰ্জন কৰা মিৰাবাই চানু ধাৰাবাহিক ভাৱে দ্বিতিয়বাৰৰ বাবে কমনৱেলথ গেমছত সোণৰ পদক অৰ্জন কৰিলে ।
কমনৱেলথ গেমছ ২০২২ ৰ ভাৰোত্তোলনৰ মহিলাৰ ৪৯ শাখাত ২০১ কিলোগ্ৰাম ওজন ডাঙি নতুন ৰেকৰ্ড গঢ়ি ভাৰতবৰ্ষৰ বাবে প্ৰথমটো সোণৰ পদক অৰ্জন কৰে ।

Sports Desk , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here