Monday, May 29, 2023
HomeUncategorizedCBSE ৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা

CBSE ৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা

CBSE ৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা 

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ড (CBSE) ৰ দ্বাদশ শ্ৰেণীৰ ফলাফল আজি ঘোষিত হল । আজি ঘোষিত ফলাফলত উত্তিৰ্ণৰ হাৰ ৯২.৭১% । বিগত বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল ৯৯.৩৭% । আজি ঘোষিত ফলাফলত ছাত্ৰীসকলে , ছাত্ৰ সকলতকৈ ভাল প্ৰদৰ্শন কৰিছে । ছাত্ৰীয়ে ছাত্ৰসকলতকৈ ৩.২৯% ভাল ফলাফল লাভ কৰিছে ।
এইবৰ্ষৰ CBSE ৰ দ্বাদশ পৰীক্ষাৰ ফলাফলত ৩৩ হেজাৰতকৈ অধিক শিক্ষাৰ্থীয়ে ৯৫ শতাংশতকৈ অধিক নম্বৰ লাভ কৰিছে । ১ দশমিক ৩৪ লাখ শিক্ষাৰ্থীয়ে ৯০ শতাংশতকৈ অধিক নম্বৰ লাভ কৰিছে ।

National Desk , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments