BTCৰ নিৰ্বাচন স্থগিত কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ স্বাস্থ্য বিভাগৰ

0
149
HIMANTA BISWA SHARMA

BTCৰ নিৰ্বাচন স্থগিত কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ স্বাস্থ্য বিভাগৰ

BTCৰ নিৰ্বাচন স্থগিত কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ স্বাস্থ্য বিভাগৰ নিৰ্বাচন অনুষ্ঠিত হ’লে বিটিএডি অঞ্চলৰ উপৰিও ওচৰ-চুবুৰীয়া জিলা সমূহতো পৰিস্থিতি ভয়াৱহ হোৱাৰ আশংকা কৰিয়ে এই নিদেশ প্ৰদান কৰিছে ।
নিবাচনী সভা সমূহত বহু লোক গোট খালে গণ সত্ৰমণৰ আশংকা কৰিয়ে এই পত্ৰ প্ৰদান কৰিছে
এই কথা উল্লেখ কৰিছে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই।

News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here