BREAKING

0
798

NE INDIA: কামপুৰ বাহাকাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ মেধাৱী ছাত্ৰ সন্ধানহীন ।

কাকতিগাঁও ডাৱলুৰ ঘৰৰপৰা বিদ্যালয়লৈ অহাৰ পথতেই সন্ধানহীন ছাত্ৰজন ।

ছাত্ৰজনৰ সন্ধানত কামপুৰ আৰক্ষীয়ে অভিযান চলাইছে যদিও কোনো সন্ধান পোৱা নাই ।

সন্ধানহীন ছাত্রজনৰ নাম আবুছাহিদ আনছাৰিয়া ।

আদিল শ্বাহ আলম নগাঁও Neindia News

LEAVE A REPLY

Please enter your comment!
Please enter your name here