BREAKING – ৪ঘণ্টীয়া ঘাইপথ অৱৰোধ কাগজ কলৰ কৰ্মীৰ

0
845

NEWS DESK NE INDIA: *জাগীৰোডত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ।

*নগাঁও আৰু কাছাৰ কাগজ কল কৰ্মীৰ প্ৰতিবাদ।

*৪ঘণ্টীয়া ঘাইপথ অৱৰোধ কাগজ কল কৰ্মীৰ।

*দৰমহা আদায় আৰু কাগজ কল পুনৰ জীৱিতকৰণৰ দাবী।

*১৯মাহ ধৰি দিয়া নাই দৰমহা।

*ৰাজপথত শ শ গাড়ীৰ ভিৰ।

*প্ৰশাসনৰ কঠোৰ নিৰ্দেশ।

*৫মিনিটত পথ মুকলি নকৰিলে গ্ৰেপ্তাৰ কৰা হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here