BREAKING… ননৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ

0
806

 

নগাঁৱৰ ননৈ চকৰী গাঁৱত পুৰুষৰ মৃতদেহ উদ্ধাৰ। ননৈ চম্পাৱতী কলঙত উদ্ধাৰ মৃতদেহ। বৰ্তমানে চিনাক্ত হোৱা নাই মৃতদেহটো। ঘটনা স্থলীত আৰক্ষী উপস্থিত । মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা বাবে নগাঁৱলৈ প্ৰেৰণ।

(আদিল শ্বাহ , নগাওঁ‌ Ne india)

LEAVE A REPLY

Please enter your comment!
Please enter your name here