Breaking- চামগুৰিত ৰাইজে জব্দ কৰিলে গৰু ভৰ্তি মিনি ট্ৰাক

0
749

 

চামগুৰিৰ বকুলতলত ৰাইজে আবদ্ধ কৰিলে এখন গৰুভৰ্তি মিনি ট্ৰাক।
বাৰটা গৰু কঢ়িয়াই আনিছিল মিনি ট্ৰাকখনত।
চোৰাং ভাবে চিলঙলৈ গৰু সৰবৰাহৰ সন্দেহ ৰাইজৰ।
গৰু কঢ়িওৱা গাড়ীখনৰ নাছিল যাবতীয় নথি পত্ৰ।
খবৰ দিয়াৰ পিছতো খাটোৱাল আৰক্ষী উপস্থিত নোহোৱাত ক্ষোভ ৰাইজৰ।
ৰাইজৰ সন্দেহ গৰু সৰবৰাহ চক্ৰৰ সৈতে আছে খাটোৱাল আৰক্ষীৰ গোপন বুজাবুজি

https://youtu.be/mmfL4Nzv9Mk?t=2

জীতুমণি শইকীয়া , চামগুৰি , Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here