Breaking – কামপুৰৰ হাৰিয়া নদীত মৃতদেহ উদ্ধাৰ

0
868

NEWS DESK NE INDIA:*কামপুৰ কাকতি গাঁৱৰ হাৰিয়া নদীত এজন লোকৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ ।

*মৃতদেহটো কামপুৰ তেতেলীসৰাৰ চন্দন দাস নামৰ লোকজনৰ বুলি চিনাক্ত কৰা হৈছে । 

*দেওবাৰৰ নিশাৰ পৰা সন্ধানহীন হৈ অাছিল চন্দন দাস ।

*কামপুৰ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here