BIG BREAKING ; অইল ইণ্ডিয়াৰ পাইপ লাইনত ভয়াবহ অগ্নিকাণ্ড

0
854

 

দুলীয়াজানৰ নগাজানত অইল ইণ্ডিয়াৰ  পাইপ লাইনত ভয়াবহ অগ্নিকাণ্ড ।অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।ঘটনাস্থলীলৈ অইলৰ অগ্নি নিৰ্বাপন বাহিনীৰ লোক ৰাওনা ।বিস্তৰ ক্ষতিসাধনৰ আশংকা স্থানীয় লোকৰ ।
(মামন খনিকৰ , দুলিয়াজান Ne india)

LEAVE A REPLY

Please enter your comment!
Please enter your name here