Monday, March 27, 2023
HomeAssameseAJP তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্মদিন পালন

AJP তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্মদিন পালন

AJP তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্মদিন পালন

আজি ৮ ছেপ্টেম্বৰ সমগ্ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্মদিন।

তিনিচুকীয়া জিলাৰ শ্বহীদ পিয়লি ফুকন খেলপথাৰ (তামূলবাৰি) ত অসম জাতীয় পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা হৈছে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্মদিন।

AJP তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্মদিন পালন

অসম জাতীয় পৰিষদৰ উদ্যোগত সমগ্র ৰাজ্যজুৰি প্ৰত্যেক খন জিলা, সমষ্টি ত আয়োজন কৰা হৈছে।

ভূপেন হাজৰিকাৰ কালজয়ী গীতে মাতে আজিৰ দিনটো জিপাল কৰি তোলা হয়।আজিৰ কাৰ্যসূচী সন্দৰ্ভত অসম জাতীয় পৰিষদ ৰ বিষয় ববিয়াৰ ভাষ্য আছিল এনেধৰণৰ।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments