IPL 2020 : ঘোষণা হল প্লে-অফ মেচৰ তাৰিখ

0
114

IPL 2020 : ঘোষণা হল প্লে-অফ মেচৰ তাৰিখ

আইপিএল ২০২০’ৰ গ্ৰুপ পৰ্যায়ৰ খেল সমাপ্তৰ দিশে আগবাঢ়িছে।নম্বেবৰৰ ৩ তাৰিখে গ্ৰুপ পৰ্যায়ৰ খেল সমূহ সমাপ্ত হব ।

বিচিচিআইয়ে ঘোষণা কৰা আইপিএলৰ প্লে-অফৰ খেলৰ সূচী সমূহ হল

প্লে-অফৰ সূচী অনুসৰি, ৫নৱেম্বৰৰ সন্ধিয়া ৭-৩০বজাত ডুবাইত প্ৰথম কোৱালিফায়াৰ মেচখন অনুষ্ঠিত হ’ব।

৬নৱেম্বৰত সন্ধিয়া ৭-৩০বজাত আবুধাবিত প্ৰথম এলিমিনেটৰ মেচখন অনুষ্ঠিত হ’ব।

৮নৱেম্বৰত সন্ধিয়া ৭-৩০বজাত আবুধাবিত দ্বিতীয় কোৱালিফায়াৰ মেচখন অনুষ্ঠিত হ’ব।

সেইদৰে ১০ নৱেম্বৰত সন্ধিয়া ৭-৩০বজাত ডুবাইত ফাইনেল খেলখন অনুষ্ঠিত হ’ব।

Sports Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here