Friday, March 24, 2023
HomeAssameseতিনিচুকীয়াৰ ন-পুখুৰীত তালাচী অভিযানত জব্দ এখন ক্ৰুড অইল ভৰ্তি টেংকাৰ

তিনিচুকীয়াৰ ন-পুখুৰীত তালাচী অভিযানত জব্দ এখন ক্ৰুড অইল ভৰ্তি টেংকাৰ

তিনিচুকীয়াৰ ন-পুখুৰীত তালাচী অভিযানত জব্দ এখন ক্ৰুড অইল ভৰ্তি টেংকাৰ

বাণিজ্যিক নগৰী তিনিচুকীয়াত এচাম অসাধু চক্ৰই নিশাৰ আন্ধাৰ ৰ সুযোগ লৈ নিজৰ কলা বেহা চলাই থকাৰ অভিযোগ তিনিচুকীয়াৰ বিভিন্ন দল সংগঠনে উত্থাপন কৰি আহিছে । আৰক্ষীয়ে এই সন্দৰ্ভত নিজৰ তালাচী অভিযান তীব্রতৰ কৰি তুলিছে । সোমবাৰে মাজনিশা তিনিচুকীয়াৰ ন পুখুৰী আৰক্ষী নিয়মিত তালাচী অভিযানত এ এছ 04 এ চি 4938 নম্বৰ ৰ এখন ক্ৰুদ অইল ভৰ্তি টেংকাৰ আৰক্ষীয়ে তালাচী অভিযানত জব্দ কৰি আৰক্ষী চকীলৈ লৈ আনে । উক্ত ক্ৰুদ অইল ভৰ্তি টেং কাৰ খনৰ বিষয়ে আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে ।

ৰন্টু বৰশীইকীয়া , তিনিচুকীয়া , Ne India News

 

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments