অসমত ক’ৰনা আক্ৰান্তৰ সংখ্যা ৩৪ জনলৈ বৃদ্ধি

0
377

অসমত ক’ৰনা আক্ৰান্তৰ সংখ্যা ৩৪ জনলৈ বৃদ্ধি

অসমত ২গৰাকীৰ ক’ৰনা পজিটিভ ৰোগীৰ ঘটনা পোহৰলৈ আহিছে। ইয়াৰে সৈতে ৰাজ্যত ক’ৰনা আক্ৰান্তৰ সংখ্যা ৩৪ জনলৈ বৃদ্ধি পালে।দুয়োগৰাকী লোকৰ ঘৰ মৰিগাঁঁৱত।লোক ২গৰাকীৰ আছে নিজামুদ্দিন মাৰ্কাজৰ সৈতে পৰোক্ষ সম্পৰ্ক।ইফালে এতিয়ালৈকে ৫ জন ৰোগী আৰোগ্য হৈছে।
News Desk, Ne India.

LEAVE A REPLY

Please enter your comment!
Please enter your name here