Thursday, March 23, 2023
HomeAssameseবানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

বানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

বানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

বানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । বানত বুৰ গৈছে ৪৪ টাকৈ বন শিবিৰ। ২২৩ টা বন শিবিৰৰ ভিতৰত ৪৪ টা বন শিবিৰেই এতিয়া বানৰ কবলত । বানত আৱদ্ধ অগৰাতলীৰ ১৪, কাজিৰঙাৰ ৬, বাগৰিৰ ৫, বুঢ়া পাহাৰৰ ৬, বোকাখাতৰ ৩, বিশ্বনাথ ডিভিজনত ৮ আৰু নগাঁও ডিভিজনত ২টাকৈ বন শিবিৰ। বানপানীত মৃত্যু ৪টা হৰিণা আৰু এটা নাহৰফুটুকীৰ।

News Desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments