শতিকাটোৰ পূৰ্ণচন্দ্ৰ গ্ৰহণৰ অপৰূপ দৃশ্য

0
951

শতিকাটোৰ পূৰ্ণচন্দ্ৰ গ্ৰহণৰ অপৰূপ দৃশ্য

Internationl news ne india : ২৭ জুলাই অৰ্থ্যাৎ বৃহস্পতিবাৰে দেখিবলৈ পোৱা গ’ল ২১ শতিকাৰ সৰ্ববৃহৎ পূৰ্ণ চন্দ্ৰ গ্ৰহণ ৷ মাজনিশা প্ৰায় ১১ বাজি ৫৪ মিনিটত আৰম্ভ হোৱা এই পূৰ্ণ চন্দ্ৰগ্ৰহণৰ সাক্ষী হৈ ৰ’ল সমগ্ৰ বিশ্ব ৷ অৱশ্যে ভাৰতত ঠাইবিশেষে  ডাৱৰীয়া আকাশৰ কাৰণে জনসাধাৰণ এই বিৰল দৃশ্য চোৱাৰ পৰা বঞ্চিত হ’ল ৷ কিন্তু বিশ্বৰ কেইবাখনো দেশ অষ্ট্ৰেলিয়া , ৰোম , গ্ৰীচ, জাৰ্মানী , এথেঞ্চৰ পূৰ্ণাংগ চন্দ্ৰগ্ৰহণৰ কিছুমান নান্দনিক মুহূৰ্ত বন্দী হৈ ৰ’ল কেমেৰাত ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here