ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুক পৰাস্ত কৰি প্লে অফত মুম্বাই ইণ্ডিয়ানছ

0
123
Mumbai Indians

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুক পৰাস্ত কৰি প্লে অফত মুম্বাই ইণ্ডিয়ানছ

বুধবাৰে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুক পৰাস্ত কৰি প্লে অফত স্থান লাভ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত মুম্বাই ইণ্ডিয়ানছ।
সূৰ্যকুমাৰৰ দুদান্ত বেটিংৰ সহায়ত প্লে অফত স্থান লাভ মুম্বাই ইণ্ডিয়ানছৰ।

বুধবাৰৰ মেচখনত মুম্বাই ইণ্ডিয়ানছে প্ৰথমে টছত বিজয়ী হৈ বাংগালুৰুক বেটিং কৰিবলৈ নিমন্ত্ৰণ জনায়।
ৰয়েল চেলেঞ্জাৰ্ছৰ অপেনাৰদ্বয় ফিলিপ আৰু দেৱদূতৰ বেটিঙৰ সহায়ত ২০ অ’ভাৰৰ অন্তত ৬টা উইকেট হেৰুৱাই ১৬৪ ৰান কৰিবলৈ সক্ষম হয়।বাংগালুৰু হৈ দেৱদূতে সৰ্বোচ্চ ৪৫ বলত ৭৪ আৰু ফিলিপে ২৪ বলত ৩৩ ৰান সংগ্ৰহ কৰে।

১৬৫ ৰানৰ লক্ষ্য লৈ বেটিং কৰিবলৈ অহা মুম্বাই ইণ্ডিয়ানছে সূৰ্যকুমাৰ যাদৱৰ অপৰাজিত ৪৩ বলত ৭৯ ৰানৰ সহায়ত মেচৰ পাঁচটা বল বাকী থকা অৱস্থাত জয়ী হয়।
Sports Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here