ৰেলৱে হুইল ফেক্টৰী, বাঙ্গালুৰত এপ্ৰেন্টিচৰ পদ খালী

0
530

ৰেলৱে হুইল ফেক্টৰী, বাঙ্গালুৰত এপ্ৰেন্টিচৰ পদ খালী 

মুঠ পদৰ সংখ্যা: ১৯২ 
পদৰ নাম আৰু সংখ্যা:-
ফিটাৰ : ৮৫ (UR-43)
মেছিন অপাৰেটৰ: ৩১ (UR-16)
মেকানিক (মটৰ ভেহিকেল): ০৮ (UR-04)
টাৰ্ণাৰ  : ০৫ (UR-03)
চিএনচি প্ৰগ্ৰামিং অপাৰেটৰ (চিআই গ্ৰুপ) : ২৩ (UR-12)
ইলেক্ট্ৰেছিয়ান: ১৮ (UR-09)
ইলেক্ট্ৰনিক মেকানিক : ২২ (UR-11)

শিক্ষাগত অৰ্হতা: হাইস্কুল শিক্ষান্ত পৰীক্ষাত ন্যুনতম ৫০ শতাংশ নম্বৰ প্ৰাপ্ত হব লাগিব|
বয়স:  ১৫ বছৰৰ পৰা ২৪ বছৰৰ ভিতৰত হব লাগিব|
অধিক জানিবলৈ যোগাযোগ কৰক www.rwf.indianrailways.gov.in ৱেবচাইটত

LEAVE A REPLY

Please enter your comment!
Please enter your name here