ৰিয়েল মাদ্ৰিদৰ ফুটবলাৰ লুকা জ’ভিকক ছয় মাহৰ কাৰাদণ্ড!

0
134

ৰিয়েল মাদ্ৰিদৰ ফুটবলাৰ লুকা জ’ভিকক ছয় মাহৰ কাৰাদণ্ড!

ৰিয়েল মাদ্ৰিদৰ ফুটবল তাৰকাৱ লুকা জ’ভিকক ছয় মাহৰ কাৰাদণ্ড দিয়ে চাইবেৰিয়ান চৰকাৰে। ফুটবলাৰ লুকা জ’ভিকক কোভিড প্ৰট’কল ভংগ কৰাৰ অপৰাধত এই শাস্তি প্ৰদান কৰা হৈছে।ফুটবল তাৰকাগৰাকীয়ে মাৰ্চ মাহত নিজ দেশত থকা সময়তে আইছ’লেশ্যনৰ নিয়ম ভংগ কৰিছিল।লুকা জ’ভিকক চাইবেৰিয়ান চৰকাৰে ১৪ দিনৰ বাবে বাধ্যতামূলকভাৱে আইছ’লেশ্যনত থকাৰ বাবে নিৰ্দেশ দিয়া হৈছিল।কিন্তু তেও আইছ’লেশ্যনৰ নিয়ম ভংগ কৰি এটা জন্মদিনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।
প্ৰশাসনে কোভিড প্ৰট’কল ভংগ কৰাৰ অপৰাধত ফুটবলাৰ গৰাকীক আদালতলৈ লৈ যায় আৰু আদালতত ফুটবলাৰ গৰাকীয়ে জৰিমণা আদায় দিয়াৰ বাবে অমান্তি হোৱাত আদালতে তেওঁক ছয় মাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here