ৰাম মন্দিৰৰ ভূমি পূজনৰ পূৰ্বে ক’ৰনাত আক্ৰান্ত হল পুৰোহিতসহ ১৪জন নিৰাপত্তাৰক্ষী

0
269

ৰাম মন্দিৰৰ ভূমি পূজনৰ পূৰ্বে ক’ৰনাত আক্ৰান্ত হল পুৰোহিতসহ ১৪জন নিৰাপত্তাৰক্ষী

৫ আগষ্টত উত্তৰ প্ৰদেশৰ অযোধ্যাত হ’ব লগা ৰাম মন্দিৰৰ ভূমি পূজনৰ পূৰ্বে মন্দিৰৰ প্ৰধান পূজাৰী সহযোগীসহ ১৪জন নিৰাপত্তাৰক্ষীৰ দেহত ধৰা পৰিছে কৰ’না ভাইৰাছ৷ অযোধ্যাত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত প্ৰধান সহযোগী পুৰোহিত জন কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে যদি নমুনা পৰীক্ষা কৰা বাকী ১২জনৰ নেগেটিভ আহে ফলাফল৷ অনুষ্ঠানটোত পুৰোহিত, নিৰাপত্তৰক্ষী, অতিথি আৰু স্থানীয় লোকৰ সৈতে মুঠ ২০০জন ব্যক্তি উপস্থিত থাকিব বুলি জানিব পৰা গৈছে
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here