ৰামকৃষ্ণনগৰ থানাৰ মহানুভৱতা ! বন্যাৰ্তক বিতৰণ সাহায্য সামগ্ৰী

10

ৰামকৃষ্ণনগৰ থানাৰ মহানুভৱতা ! বন্যাৰ্তক বিতৰণ সাহায্য সামগ্ৰী

ৰাজ্য জুৰি বানৰ তাণ্ডৱ অব্যাহত। শাসকদলৰ লগতে বিভিন্ন দল সংগঠনে বানাক্ৰান্তক সাহায্য বিতৰণৰ বাবে আগবাঢ়ি আহিছে ।। কৰিমগঞ্জ জিলাৰ ৰামকৃষ্ণনগৰ পুলিচ প্রশাসনো পিছ পৰি ৰোৱা নাই। ৰামকৃষ্ণনগৰ থানাৰ চিআই দিপক দাস, অফিচাৰ অফ ইনচার্জ নিলভ জ্যোতি নাথ, ৰামকৃষ্ণনগৰ থানাৰ আইবি কর্মী ৰিপন পাল, পুলিশ কর্মী বিজিৎ দেবৰ প্রচেষ্টাত বান পৰিস্থিতিৰ কৱলত পৰা বিভিন্ন স্থানৰ বানাক্ৰান্তৰ খা -খবৰ লোৱাৰ লগতে, প্ৰয়োজনীয় সা-সামগ্ৰী বিতৰণ কৰে। ৰামকৃষ্ণনগৰ পুলিচৰ শলাগ লৈছে অঞ্চলটোৰ জনতাই ।

 হীৰক বণিক, ৰামকৃষ্ণনগৰ, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here