Sunday, December 4, 2022
HomeAssameseৰাণীৰ ৰেলগেটত দুৰ্ঘটনা

ৰাণীৰ ৰেলগেটত দুৰ্ঘটনা

ৰাণীৰ ৰেলগেটত দুৰ্ঘটনা

মহানগৰীৰ সমীপৰ ৰাণীগেটত ৰবিবাৰৰ সংঘটিত হৈছে এক দুৰ্ঘটনা ।
বন্ধ ৰেল গেট পাৰ হবলৈ গৈ দুৰ্ঘটনাত পতিত হৈছে এগৰাকী লোক । সমগ্ৰ দৃশ্য বন্দী হৈছে CCTV কেমেৰা ।
CCTV ৰ ফুটেজৰ মতে এই দুৰ্ঘটনা সংঘটিত হৈছে পুৱা প্ৰায় ৯ বজাত ।
দুৰ্ঘটনাত মৃত্যুক আকোৱালী লোৱা লোকজনৰ পৰিচয় বৰ্তমানে জানিব পৰা হোৱা নাই ।

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments