ৰাজ্যসভাৰ ১০ সাংসদক নিলম্বিত ! সুস্মিতা দেৱকো নিলম্বন

10

ৰাজ্যসভাৰ ১০ সাংসদক নিলম্বিত ! সুস্মিতা দেৱকো নিলম্বন

সংসদৰ বৰ্ষাকালীন অধিবেশনত কাৰ্যসুচীত ব্যাঘাত জন্মোৱাৰ বাবে মঙলবাৰে ৰাজ্যসভাৰ পৰা এসপ্তাহৰ বাবে নিলম্বিত কৰা ১১ গৰাকী সদস্যক । নিলম্বিত হয় তৃণমুল কংগ্ৰেছৰ ৬ গৰাকী , DMK ৰ ২ গৰাকী , CPI(M) ৰ ২ গৰাকী সদস্যক নিলম্বিত কৰে অধ্যক্ষই । সংসদৰ নিয়ম ২৫৬ ৰ আধাৰত নিলম্বন ১১ সদস্যক । নিলম্বন মৌচুম নুৰ , শান্তা চেত্ৰী , সুস্মিতা দেৱ , ডোলা সেন , ডাঃ শান্তনু সেন , মহম্মদ আব্দুলা , এএ ৰহিম , কণিমৌজী , এল যাদৱ , বি বি শিৱদাসন , অবিৰ ৰঞ্জন বিশ্বাস , নদীমুল হক । সদস্য কেইগৰাকীক এসপ্তাহৰ বাবে নিলম্বিত কৰা হৈছে ।
উল্লেখযোগ্য যে সংসদৰ কামকাজত ব্যাঘাত জন্মোৱাৰ বাবেই সোমবাৰে কংগ্ৰেছৰ চাৰিগৰাকী সদস্য লোকসভাৰ পৰা নিলম্বিত কৰা হৈছিল ।

National Desk , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here