ৰাজ্যসভাত গৃহীত সাংসদৰ ৩০ শতাংশ দৰদমহা কৰ্তনৰ বিধেয়ক

0
117

ৰাজ্যসভাত গৃহীত সাংসদৰ ৩০ শতাংশ দৰদমহা কৰ্তনৰ বিধেয়ক

লোকসভাত গৃহীত হোৱা পাছতে ৰাজ্য সভাতো গৃহীত হ’ল সাংসদৰ ৩০ শতাংশ দৰমহা কৰ্তনৰ বিধেয়ক।১৬ ছেপ্টেম্বৰত লোকসভাত গৃহীত হৈছিল সাংসদৰ ৩০ শতাংশ দৰমহা কৰ্তনৰ বিধেয়ক,ভাট্ৰা আৰু পেঞ্চন কৰ্তনৰ বিধেয়ক খ্ন। দুয়োখ্ন সদনত গৃহীত হোৱাৰ পাছত ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰিলেই কাৰ্যকৰী হ’ব। ক’ৰণা মহামাৰী ফলত দেশৰ অৰ্থ্নীতি কিছু দুৰ্বল হোৱাত দেশৰ অৰ্থ্নীতি কিছু সকাহ দিবলৈ এই সিদ্ধান্ত লোৱা হৈছে।
News Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here