ৰাজ্যত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য
ৰাজ্যত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। ভেট বৃদ্ধিৰ জৰিয়তে ৰাজকোষ টনকিয়াল কৰাৰ চেষ্টা।বিত্ত (কৰ) বিভাগীয় জাননী যোগে প্ৰতি লিটাৰ পেট্ৰ’লত ২২.৬৩ টকা আৰু ডিজেলত ১৭.৪৫ টকা কৰৰ সালসলনি কৰা বুলি ঘোষিত হয়।মঙলবাৰে মাজনিশাৰে পৰা কাৰ্যকৰী হ’ব নতুন নিৰিখ।কৰ’না সংকটৰ কাৰণে উদ্ভৱ হোৱা বিত্তীয় সমস্যাৰ সৈতে যুঁজিবলৈ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত।
News Desk,Ne India