Sunday, May 28, 2023
HomeAssameseৰাজ্যত পুনৰ এনকাউন্টৰ ঘটনা

ৰাজ্যত পুনৰ এনকাউন্টৰ ঘটনা

ৰাজ্যত পুনৰ এনকাউন্টৰ ঘটনা।
ছিপাঝাৰত নিশা সংঘটিত হয় গুলীচালনাৰ ঘটনা।
ছিপাঝাৰৰ সানোৱা তাৰিত আৰক্ষীৰে সংঘৰ্ষত নিহত তাজিমুদ্দিন আহমেদ নামৰ এটা ডকাইত‌।
গুৱাহাটীৰ পল্টন বজাৰত সংঘটিত ডকাইতি ঘটনাত জড়িত আছিল তাজিমুদ্দিন।গুৱাহাটীত গ্ৰেপ্তাৰ কৰাৰ পিছত নিশা লুকুৱাই থোৱা নগদ ধন দেখুওৱাবলৈ আৰক্ষীক লৈ আহিছিল সানোৱাৰ নিজা ঘৰলৈ।
ঘৰত নগদ ষাঠী হাজাৰ টকা উদ্ধাৰ হোৱাৰ পিছত সমীপৰে সানোৱাটাৰীৰ আন এটা আঞ্ছলত লুকুৱাই ৰখা ধন দেখুওৱাবলৈ নিছিল আৰক্ষীক।
তেতিয়াই লুকুৱাই ৰখা পিষ্টলেৰে আৰক্ষীক গুলীচালনা কৰে ডকাইটোৱে‌।
প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলীচিলনা কৰাত নিহত হয় সাতাইশ বছৰীয়া তাজিমুদ্দিন আহমেদ।

পংকজ সৰকাৰ ,মঙ্গলদৈ , Ne india news

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments