ৰাজ্যত নিষিদ্ধ হল গুটখা জাতীয় সকলো সামগ্ৰী
ৰাজ্যত নিষিদ্ধ হল গুটখা, পানমছলা,ধপাত জাতীয় সকলো সামগ্ৰী। ইতিমধ্যে ৰাজ্য চৰকাৰে জাৰি কৰিছে জৰুৰী জাননী।জৰুৰী জাননী অনুসৰি এবছৰৰ বাবে নিষেধাজ্ঞা জাৰি কৰিছে গুটখা, পানমছলা,ধপাত জাতীয় সকলো সামগ্ৰী।
বন্ধ কৰিছে গুটখা, পানমছলা,ধপাত জাতীয় সকলো সামগ্ৰীপ্ৰস্তুত, মজুত, পৰিৱহন, বিতৰণ আৰু বিক্ৰী।
News Desk Ne India