ৰাজ্যত ক’ৰনা আক্ৰান্তৰ সংখ্যা ৪০,২৬৯ জনলৈ বৃদ্ধি

0
62

ৰাজ্যত ক’ৰনা আক্ৰান্তৰ সংখ্যা ৪০,২৬৯ জনলৈ বৃদ্ধি

অসমত প্ৰতি মুহুৰ্ততে বৃদ্ধি পাইছে ক’ৰনা আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যত নতুনকৈ ১৮৬২ জন লোক ক’ৰনাত আক্ৰান্ত হৈছে ৷বিগত ২৪ ঘন্টাত ৩৮,৩২৪ টা পৰীক্ষা সম্পাদন কৰা হৈছে ৷ আক্ৰান্তৰ হাৰ হৈছে ৪.৮৫% ৷আৰোগ্য হৈ চিকিৎসালয়ৰ পৰা মুকলি হৈছে ১২৭৭গৰাকী। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এইকথা প্ৰকাশ কৰে।
News Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here