ৰাজ্যত ক’ৰনা আক্ৰান্তৰ সংখ্যা ৭৪৯২ জনলৈ বৃদ্ধি

0
340

ৰাজ্যত ক’ৰনা আক্ৰান্তৰ সংখ্যা ৭৪৯২ জনলৈ বৃদ্ধি

অসমত প্ৰতি মুহুৰ্ততে বৃদ্ধি পাইছে ক’ৰনা আক্ৰান্ত লোকৰ সংখ্যা।  দেওবাৰৰ দিনটোত আক্ৰান্ত হৈছে ৩২৭ জন লোক ।
আক্ৰান্তৰ ১৯৫ জনেই গুৱাহাটী মহানগৰীৰ৷
অসমত ৫,০৮৮ জন ব্যক্তি এই পৰ্য্যন্ত আৰোগ্য হৈ উঠিছে। বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২,৩৯০ জন 
স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এইকথা প্ৰকাশ কৰে
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here