ৰাজ্যত ক’ৰনা আক্ৰান্তৰ সংখ্যা ১,৪৬,৫৭৫ জনলৈ বৃদ্ধি

0
153

ৰাজ্যত ক’ৰনা আক্ৰান্তৰ সংখ্যা ১,৪৬,৫৭৫ জনলৈ বৃদ্ধি

অসমত প্ৰতি মুহুৰ্ততে বৃদ্ধি পাইছে ক’ৰনা আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যত নতুনকৈ ২৪০৯ জন লোক ক’ৰনাত আক্ৰান্ত হৈছে ৷কামৰূপ মহানগৰৰ ৬৩৩, ডিব্ৰুগড়ৰ ২০১, যোৰহাটৰ ১৭২ আৰু লখিমপুৰৰ ১২০গৰাকী ব্যক্তি।
২৪ ঘণ্টাত অসমত মুঠ ৩২,৭৭০টা ক’ভিড টেষ্ট সম্পন্ন হৈছে। পজিটিভৰ হাৰ ৭.৩৫ শতাংশ

মংগলবাৰে ১৮৪৯গৰাকী ব্যক্তিয়ে অসমত ক’ভিড১৯ৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।এইসকলক ধৰি অসমত ক’ভিডৰ পৰা আৰোগ্য মুঠ ব্যক্তিৰ সংখ্যা ১,১৬,৯০০লৈ বৃদ্ধি পাইছে।মঙলবাৰে দহগৰাকী ৰোগীৰ মৃত্যুৰ সৈতে প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা মঙলবাৰলৈকে ৪৯২লৈ বৃদ্ধি পাইছে।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এইকথা প্ৰকাশ কৰে।

News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here