ৰাজ্যত ক’ৰনা আক্ৰান্তৰ সংখ্যা ১,২৮,২৪৪ জনলৈ বৃদ্ধি
অসমত প্ৰতি মুহুৰ্ততে বৃদ্ধি পাইছে ক’ৰনা আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যত নতুনকৈ ২৭৮৫ জন লোক ক’ৰনাত আক্ৰান্ত হৈছে ৷কামৰূপ মহানগৰ ৬৭৫, ডিব্ৰুগড়ৰ ২২০ আৰু যোৰহাটৰ ১৬৫ গৰাকী ব্যক্তি,লখিমপুৰৰ ১২৬ গৰাকী ।
২৪ ঘণ্টাত অসমত মুঠ ৩৮,৬৬১ টা ক’ভিড টেষ্ট সম্পন্ন হৈছে। পজিটিভৰ হাৰ ৭.২৫ শতাংশ।চিকিৎসাৰ অন্তত সুস্থ হৈ ঘৰলৈ উভতিছে ৯৬,৮২৩ গৰাকী লোক ।আনহাতে, ৰাজ্যত ৩৭০ গৰাকী লোকৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।বৰ্তমান সময়ত চিকিৎসাধীন হৈ আছে ৩১,০৪৮ জন লোক ।
স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এইকথা প্ৰকাশ কৰে।
News Desk, Ne India