ৰাজস্থানৰ পৰা ৰাজ্যলৈ ওভতিল ছাত্ৰ-ছাত্ৰীৰ দল

0
622

ৰাজস্থানৰ পৰা ৰাজ্যলৈ ওভতিল ছাত্ৰ-ছাত্ৰীৰ দল

ৰাজস্থানৰ কোটাৰ পৰা আহি গুৱাহাটীত উপস্থিত হ’ল ৩৯১গৰাকী ছাত্ৰ–ছাত্ৰী। নিশা এই ছাত্ৰ–ছাত্ৰীসকল উপস্থিত হয় সৰুসজাই ষ্টেডিয়ামত। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পীযূষ হাজৰিকাই আদৰণি জনায় ছাত্ৰ–ছাত্ৰীসকলক। ১৭খন বাছেৰে ৰাজস্থানৰ কোটাৰ পৰা উভতিছিল কোটাত অধ্যয়ন কৰি থকা  ছাত্ৰ–ছাত্ৰী। আটাইকেইগৰাকী ছাত্ৰ–ছাত্ৰীক  ১৪ দিনৰ বাবে সৰুসজাই ষ্টেডিয়ামৰ কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হ’ব।

News desk, Ne India news

LEAVE A REPLY

Please enter your comment!
Please enter your name here