ৰাছিয়াই প্ৰস্তুত কৰিলে কৰ’ণাৰ দ্বিতীয়টো ভেকচিন

0
99

ৰাছিয়াই প্ৰস্তুত কৰিলে কৰ’ণাৰ দ্বিতীয়টো ভেকচিন

সকলো দেশকে চেৰ পেলাই ৰাছিয়াই প্ৰস্তুত কৰিলে কৰ’ণাৰ দ্বিতীয়টো ভেকচিন । Sputnik-Vৰ পাছত দ্বিতীয়টো ভেকচিন EpiVacCorona ।Vector State Research Centre of virology and Biotechonolgy য়ে প্ৰস্তুত কৰি উলিয়াইছে ভেকচিনটো
নবেম্বৰ মাহত এই ভেকচিনটো মুকলি হোৱাৰ সম্ভাৱনা আছে
News Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here